নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক'লে দীক্ষুৱে ? - কেব সন্দৰ্ভত দিক্ষু শৰ্মা
🎬 Watch Now: Feature Video
জাতি ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে অসমৰ জনসাধাৰণ ৷ ব্যতিক্ৰম হোৱা নাই অসমৰ শিল্পী সমাজো ৷ এই বিধেয়কৰ বিৰোধিতা কৰি মাত মাতিছে যথেষ্ট শিল্পীয়ে ৷ মাত মাতিছে অসমৰ জনপ্ৰিয় শিল্পী দিক্ষু শৰ্মাই ৷ কি কৈছে দিক্ষুৱে,আহক শুনো তেওঁৰ মুখেৰেই...