thumbnail

পৌৰসভা নিৰ্বাচনৰ বাবে সাজু চৰাইদেউ জিলা প্ৰশাসন

By

Published : Feb 13, 2022, 2:13 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

পৌৰসভা নিৰ্বাচনৰ বাবে সাজু চৰাইদেউ জিলা প্ৰশাসন(Charaideo District administration preparation for Municipal election) ৷ চৰাইদেউ জিলাৰ সোণাৰি আৰু মৰাণ পৌৰসভাত অনুষ্ঠিত হ'ব এই নিৰ্বাচন (Assam Municipal Election 2022) ৷ সোণাৰি পৌৰসভাৰ ১৬ টা ৱাৰ্ডৰ ১৭ টা ভোটকেন্দ্ৰত আৰু মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডত হ'ব ভোটগ্ৰহণ । এইবাৰৰ সোণাৰি পৌৰসভাৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২০,৩২৮ গৰাকী ৷ ইয়াৰে ভিতৰত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১০,২৫৯ গৰাকী আৰু ১০,০৬৯ গৰাকী মহিলা ভোটাৰৰ ৷ আনহাতে মৰাণ পৌৰসভাৰ মুঠ ভোটাৰৰ সংখ্যা ৫,৪২৯ টা । ইয়াৰে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ২,৭৫৫ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ২৬৭৪ গৰাকী । চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই(District administration preparation for Municipal election) শনিবাৰে এক সংবাদমেলযোগে(Press meet of Deputy commissioner at Charaideo) সদৰি কৰে এই তথ্য ।
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.