পথেৰে গৈ থকা অৱস্থাত গছ বাগৰি মহিলাৰ মৃত্যু - Jorhat woman died in tree fall
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15184268-thumbnail-3x2-hxcbz.jpg)
ঈদৰ দিনটোতে অঘটন । গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু (Woman killed in tree fall in Jorhat)৷ যোৰহাট বৰুৱা চাৰিআলিত সংঘটিত এই ঘটনা ৷ পথেৰে গৈ থকা অৱস্থাত হঠাৎ মূৰত বাগৰি পৰে এজোপা গছ ৷ ফলত তেজেৰে তুমৰলি হৈ পৰে মহিলাগৰাকী ৷ গুৰুতৰভাৱে আহত মহিলাগৰাকীক তাৎক্ষণিকভাৱে যোৰহাট মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও মহিলাগৰাকীৰ মৃত্যু হয় ৷ মৃত মহিলাগৰাকীৰ নাম পিংকি ৰবি দাস বুলি জানিব পৰা গৈছে ৷ আনহাতে, গছজোপা ভাগি পৰাৰ ফলত মিহাৰ হাজম নামৰ আন এজন যুৱকো আঘাতপ্ৰাপ্ত হয় ৷
Last Updated : Feb 3, 2023, 8:23 PM IST