Wild elephants Menace: গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ মুক্ত বিচৰণ

By

Published : Dec 21, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপেথেৰে এতিয়া যাতায়ত কৰাটো যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে(Wild elephants Menace in Golaghat) ৷ কাৰণ জিলাখনৰ ফুলনিগাঁৱৰ সমীপত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোত এতিয়া বন্যহস্তীৰ মুক্ত বিচৰণ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে থকা চাহ বাগিচাত আশ্ৰয় লৈছে বৃহৎ হাতীৰ জাকটোৱে । ইয়াৰ মাজতে ৰাজপথলৈ উঠি আহি হাতীয়ে দিন দুপৰতে মানুহ তথা যান-বাহন দেখিলেই চোঁচা লৈ আহে । তদুপৰি নিশা হাতীৰ জাকটোৱে সমীপৰ জনাঞ্চলত সোমাই ঘৰ-বাৰী ক্ষতি কৰি আহিছে(Wild elephants wreak havoc in Golaghat) । যাৰ বাবে এতিয়া অঞ্চলটোত বিৰাজ কৰিছে আতংকময় পৰিৱেশে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.