তৃতীয় বড়ো শান্তি চুক্তিৰ দফাসমূহ সঠিকভাৱে ৰূপায়ন নকৰাৰ অভিযোগ সংযুক্ত বড়ো গণ মঞ্চৰ - বড়োসকলক পাহাৰীয়া জনজাতি মৰ্য্যদা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 8, 2022, 9:09 PM IST

Updated : Apr 9, 2022, 9:26 AM IST

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰে সংযুক্ত বড়ো গণ মঞ্চই (United Bodo Peoples Organisation)৷ বিটিআৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ লগতে মহাবিদ্যালয়সমূহত বড়ো বিষয়ৰ প্ৰৱক্তা নিযুক্তি দিয়াৰ দাবী সংযুক্ত বড়ো গণ মঞ্চৰ । অসমৰ সকলো চৰকাৰী কাৰ্যালয়ত বড়ো ভাষাক সহযোগী ভাষাৰূপে তৎকালীনভাৱে ব্যৱহাৰ কৰাৰো দাবী জনালে সংযুক্ত বড়ো গণ মঞ্চই । ইয়াৰোপৰি ২০০৩ চনৰ বড়ো শান্তি চুক্তিমতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতি মৰ্যদা দিয়াৰো দাবী উত্থাপন কৰে বড়ো গণ মঞ্চই ।
Last Updated : Apr 9, 2022, 9:26 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.