Road accident at Goreswar: দেওচুঙাত পথ দুৰ্ঘটনা থিতাতে নিহত বাইক আৰোহী - গুৱাহাটী সোণাপুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17178163-thumbnail-3x2-acc.jpg)
গোৰেশ্বৰৰ দেওচুঙাত শোকাৱহ পথ দুৰ্ঘটনা(Road accident at Goreswar) ৷ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী বাইক আৰোহী ৷ নিহত বাইক আৰোহীগৰাকী ৰাহুল গোৱালা বুলি চিনাক্ত(One person died at road accident) ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এগৰাকী আৰোহী(One person grievously injured) ৷ বগামাটী পৰ্যটনস্থলীৰ পৰা উভতি অহা পথতে সংঘটিত হয় এই দুৰ্ঘটনা(Bogamati picnic spot) ৷ দুয়োগৰাকী ব্যক্তি আছিল গুৱাহাটীৰ সোণাপুৰৰ ৷ দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS01EA9084 ৷
Last Updated : Feb 3, 2023, 8:35 PM IST