Theft in Jorhat: মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ মাজতে যোৰহাটত চোৰৰ হাত-চাফাই - বৃহস্পতিবাৰে যোৰহাটত কেবিনেট বৈঠক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 16, 2022, 3:23 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা যোৰহাটৰ মাজমজিয়াত চোৰৰ উপদ্ৰৱ (Theft in Jorhat) । যোৰহাট নগৰৰ মাজমজিয়াত থকা ৰমেশ বৰঠাকুৰৰ মালিকাধীন চন্দ্ৰা ট্ৰেডাৰ্চত নিশাৰ ভাগত চোৰ প্ৰৱেশ কৰি নগদ টকাসহ বিভিন্ন সামগ্ৰী লুট কৰিৰ উধাও হয় (Thief loots shop in Jorhat)। উল্লেখ্য যে, বৃহস্পতিবাৰে যোৰহাটত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু সম্পূৰ্ণৰূপে নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰিছিল চহৰখন ৷ আনকি নিশাৰ ভাগত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজপথত খোজো কাঢ়িছিল । ফলত সম্পূৰ্ণ যোৰহাট চহৰখন আৰক্ষী তথা নিৰাপত্তা বেষ্টনীত আৱদ্ধ আছিল ৷ তাৰ পাছতো নগৰখনৰ উক্ত দোকানখনত চুৰিৰ ঘটনাই নিৰাপত্তা দিশটোলৈও লৈ প্ৰশ্ন উত্থাপিত কৰিছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.