thumbnail

By

Published : Nov 22, 2022, 6:31 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Thief case in Nalbari: দিন দুপৰতেই বজাৰৰ পৰা চুৰি হ’ল বাইক

নলবাৰীৰ মুকালমুৱাত দিন দুপৰতেই চুৰি কাণ্ড (Thief case in Nalbari) ৷ দিন দুপৰতেই টেম্পো বাহন চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছে নলবাৰীৰ মুকালমুৱাত । মুকালমুৱাৰ সাপ্তাহিক বজাৰৰ পৰা চুৰি হৈছিল AS 25 CC 0830 নম্বৰৰ এখন টেম্পো বাহন । চালক জেহেৰুল হকৰ লগতে স্থানীয় একাংশ লোকৰ তৎপৰতাত চোৰে লৈ গৈ থকা অৱস্থাত আদাবাৰীত টেম্পোখন উদ্ধাৰ কৰা হয় । ৰাইজে চোৰটোক গতাই দিয়ে আদাবাৰী পহৰা চকীৰ আৰক্ষীক । ধৃত চোৰটোৰ নাম ৰৌচান আলী বুলি জানিবলৈ পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.