Traditional Karnataka recipe : সুস্বাদু পৰম্পৰাগত কানাড়া মিঠাই তামবিত্তু উণ্ডে

By

Published : Aug 7, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
তামবিত্তু উণ্ডে, দক্ষিণ ভাৰতৰ বিশেষকৈ কৰ্ণাটকৰ এবিধ বিশেষ মিঠাই (kannada recipes tambittu unde)৷ এই মিঠাই বিশেষকৈ নাগ পঞ্চমী আৰু গণেশ চতুৰ্থী উৎসৱৰ সময়ত প্ৰস্তুত কৰা হয় (Nag Panchami and Ganesh Chaturthi festival recipe)৷ বিশেষকৈ এইবিধ মিঠাই ভগৱানক প্ৰসাদ হিচাবে আগবঢ়োৱা হয় (Sweet recipe Tambittu) ৷ এই মিঠাইবিধ ঘৰতে চাউলৰ গুৰি আৰু ঘৰতে পোৱা কিছু উপকৰণৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি (Rice flour laddoo tambittu unde)৷ গতিকে গণেশ উৎসৱৰ প্ৰাকক্ষণত আজি আমি আপোনালোকলৈ লৈ আনিছো কানাড়া ৰেচিপিৰে তামবিত্তু উণ্ডে প্ৰস্তুত কৰাৰ সহজ উপায় (South indian recipe tambittu unde)৷ গতিকে পলম নকৰি আজিয়েই প্ৰস্তুত কৰক সুস্বাদু পৰম্পৰাগত কানাড়া মিঠাই তামবিত্তু উণ্ডে (Tambittu unde traditional Karnataka recipe)...
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.