Lachit Borphukan birth anniversary: লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে কামৰূপ আৰক্ষীৰ স্বচ্ছ অভিযান

By

Published : Nov 20, 2022, 9:58 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বাইহাটা চাৰিআলিত কামৰূপ আৰক্ষীৰ স্বচ্ছ অভিযান । বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে কামৰূপ আৰক্ষীয়ে হাতত লোৱা কাম-কাজসমূহৰ অন্যতম আজিৰ স্বচ্ছ অভিযান (Lachit Borphukan 800th birth anniversary) ৷ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী, চাংসাৰি, বাইহাটা চাৰিআলি আদি ঠাইৰ ব্যস্ত পথসমূহত চাফাই অভিযান চলাই কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলে ৷ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে কামৰূপ আৰক্ষীৰ তৰফৰ পৰা জিলাখনৰ বিদ্যালয়সমূহত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.