বিসম্বাদী বিধায়ক তানাজী সাৱন্ত কাৰ্যালয় লণ্ডভণ্ড শিৱসেনাৰ - মহাৰাষ্ট্ৰৰ ৰাজনীতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15653134-thumbnail-3x2-bar.jpg)
শিৱসেনাৰ নেতা একনাথ সিন্দেৰ বিসম্বাদৰ পাছত গৰম হৈ উঠিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি(Maharashtra political crisis) । একনাথ সিন্দেৰ লগতে বিদ্ৰোহী বিধায়কসকলৰ(Rebels MLAs of Shiv Sena) বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসেনাৰ নেতা-কৰ্মী তথা সমৰ্থক ৷ যাৰবাবে শনিবাৰে শিৱসেনাৰ কৰ্মী-নেতাসকলে পুনেত এজন বিদ্ৰোহী বিধায়ক তানাজী সাৱন্তৰ কাৰ্যালয় লণ্ডভণ্ড কৰে ।
Last Updated : Feb 3, 2023, 8:24 PM IST