thumbnail

By

Published : Jan 3, 2023, 4:31 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Road safety awareness meeting: তিনিচুকীয়াৰ বৰপথাৰত পথ সুৰক্ষা সজাগতা সভা

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমতে পথ সুৰক্ষা সপ্তাহ উদযাপন কৰা হৈছে(Road Safety Week celebrated in Assam) । তিনিচুকীয়া জিলাতো মঙলবাৰে বৰপথাৰৰ প্ৰণবানন্দ বিদ্যা মন্দিৰত ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এখনি পথ সুৰক্ষা সজাগতা সভা(Road safety awareness meeting at Barpathar in Tinsukia) । এই সভাতে ৰাইজক যান বাহন চলাওতে কি কি নিয়ম অৱলম্বন কৰিব লাগে তাৰ ওপৰত বিশদ ভাবে বুজাই দিয়ে জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুৱে । যান বাহন আইন মানি চলা, মটৰ চাইকেলত চালকৰ লগতে দুয়োজন ব্যক্তিয়ে হেলমেট পৰিধান কৰা, নিচাগ্ৰস্ত হৈ যান-বাহন নচলাবলৈ এই পথ সুৰক্ষা সজাগতা সভাৰ পৰাই ৰাইজক আহ্বান জনায় পৰিবহন বিষয়াগৰাকীয়ে(Police against drunk and drive) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.