Pistol recovered in Teok: ব্যৱসায়ীৰ বাসগৃহৰ পৰা পইণ্ট 32 পিষ্টল উদ্ধাৰ - Police recovered pistol

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 14, 2022, 1:42 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

টীয়কৰ বাঁহবাৰীত এজন ব্যৱসায়ীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এটা পইণ্ট 32 পিষ্টল উদ্ধাৰ কৰে (Police recovered a point 32 pistol ) ৷ পংকজ শইকীয়া নামৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় পিষ্টলটো । সম্প্ৰতি এই ঘটনা সন্দৰ্ভত ব্যৱসায়ী পংকজক আটক কৰিছে টীয়ক আৰক্ষীয়ে (Police recovered pistol from businessman residence)। আৰক্ষীয়ে ইতিমধ্যে পংকজক সোধ পোছ অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.