Warning to Expelled AMSU leader: বহিষ্কৃত নেতাক ক্ষমা খোজাৰ দাবী AMSU ৰ বিষয়ববীয়াৰ

By

Published : Jan 6, 2023, 3:17 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
এইবাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মাজত আৰম্ভ হৈছে সংঘাত(Conflict has started between AMSU) । গোলাঘাটত একাংশ সদ্যবহিষ্কৃত নেতাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবিধান দলিয়াই দিম বুলি সংবাদ মাধ্যম যোগে মন্তব্য কৰাত জাঙুৰ খাই উঠিছে ডিব্ৰুগড় জিলা সমিতি(PC on controversial comment by expelled AMSU leader) । গোলাঘাট জিলা সমিতিৰ বহিষ্কৃত সাধাৰণ সম্পাদক বাবুল আলি হাজৰিকাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰে AMSU ৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াই(Warning to Expelled AMSU leader) । বহিষ্কৃত নেতাই খিলঞ্জীয়া অভিৱৰ্তন পাতিব বিচৰা কাৰ্য ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাদে আন একো নহয় বুলি উল্লেখ কৰে সংবাদমেলত । এই অভিবৰ্তনত ডিব্ৰুগড় জিলা সমিতিৰ কোনো সমৰ্থন নাই স্পষ্ট কৰে AMSU বিষয়ববীয়াই । আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক নেতৃত্বৰ সিদ্ধান্তক আদৰণি জনাই ডিব্ৰুগড় জিলা সমিতিয়ে । লাহোৱাল প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত জিলা সমিতিৰ বিষয়ববীয়াই এই কথা সদৰী কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.