Newborn baby found : তিনিচুকীয়াত নৱজাতক উদ্ধাৰ

By

Published : Dec 13, 2022, 10:41 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
হায় মানৱতা ! এইবাৰ তিনিচুকীয়াত পোহৰলৈ আহিছে মানৱতা স্খলনৰ এক ঘটনা ৷ মঙলবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়া বৰবজাৰৰ ৰাণী সতী মন্দিৰৰ সমীপত উদ্ধাৰ হৈছে এটি নৱজাতক (Newborn baby found in Tinsukia) । চহৰখনৰ ব্যস্ততাপূৰ্ণ স্থানত এনেদৰে নৱজাতক পেলাই যোৱা কাণ্ড‌ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত । ইফালে স্থানীয় ৰাইজে শিশুটি প্ৰত্যক্ষ কৰি জিলা শিশু সুৰক্ষা বিভাগক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত শিশু সুৰক্ষা বিভাগৰ এটা দল উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিক ৷ অৱশ্যে উদ্ধাৰ হোৱা শিশুটি কাৰ, সেই সন্দৰ্ভত বৰ্তমানো জানিব পৰা নাই কোনো তথ্য ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.