thumbnail

By

Published : Jan 7, 2023, 8:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Rang Ghar Renovation : ৰংঘৰৰ উন্নয়নৰ বাবে অধিগৃহিত মাটিৰ মূল্য প্ৰদান

শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ অন্যতম ঐতিহাসিক ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে অসম চৰকাৰে লৈছে এক অভিলাষী প্ৰকল্প (Renovation of Sivasagar iconic sites) । ৮৩ বিঘা ২ কঠা ৮.৫ লোচা ভূমিজুৰি সংগ্ৰহালয়, অতিথি জিৰণি চ’ৰা আদি নিৰ্মাণৰ লগতে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাই-পৰাই তোলা হ'ব এছিয়াৰ প্ৰথমটো পেভিলিয়ন ৰংঘৰক (First Amphitheatre of Asia)৷ সেই উদ্দেশ্যে অধিগ্ৰহণ কৰা ৭৮ বিঘা ১ কঠা ৫.৫ লোচা ম্যাদী মাটিৰ গৰাকীৰ ভিতৰৰ ৯ গৰাকীক শনিবাৰে চেক বিতৰণ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan)।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.