Devastating fire at Mukalmua: মুকালমুৱাত বিধ্বংসী অগ্নিকাণ্ড - মুকালমুৱাত বিধংসী অগ্নিকাণ্ড

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 3, 2022, 8:58 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চাউলখোৱা ভৈৰাঘোলত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা(Devastating fire at Mukalmua) । প্ৰাক্তন শিক্ষক জুৰাণ আলীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা(Fire at Mukalmua) । মাজনিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত ভস্মীভূত হয় এখন চাৰিচকীয়া বাহন, এখন দুচকীয়া বাহনসহ বহু লক্ষাধিক টকাৰ সা-সম্পত্তি । নিশা শুই থকা অৱস্থাত জুইৰ পোহৰ দেখি ওলাই আহে পৰিয়ালটোৰ লোক । পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া লোকসকল ওলাই আহি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।‌
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.