thumbnail

By

Published : Jan 17, 2023, 7:02 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Fire break out: মৈৰাবাৰীত অগ্নিকাণ্ডত জাহ গ’ল 10 লাখ টকাৰ সম্পত্তি

মৰিগাঁও জিলাৰ মৈৰাবাৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire break out ) ৷ মৈৰাবাৰী বজাৰ আৰু আজান শংকৰ বিদ্যাপীঠ বিদ্যালয়ৰ নিচেই কাষতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire break out at Moirabari ) ৷ অৱসৰপ্ৰাপ্ত শিক্ষক (মৃত)খলিল আহমেদৰ ঘৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিৰ সূত্ৰপাত হয় ৷ অগ্নিকাণ্ডটোত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই যদিও ঘৰৰ সকলো সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা নাই যদিও পৰিয়ালৰ লোকে প্ৰায় 10 লাখ টকাৰ সম্পত্তি জাহ যোৱাৰ ( Goods worth Rs 10 lakh destroyed) অনুমান কৰিছে ৷ ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.