সংকটত লখিমপুৰ : ৰঙানদীত ভয়াৱহ গৰাখহনীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 21, 2022, 1:26 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ৰাজ্যজুৰি বানৰ সংহাৰ (Assam flood 2022) ৷ লখিমপুৰৰ চকুলোস্বৰূপ ৰঙানদীত অব্যাহত আছে ভয়াৱহ গৰখহনীয়া (Erosion in Ronganodi) ৷ বগলীজান আৰু বৰবিলত মথাউৰি খহাৰ ফলত চহৰখনলৈ অশনি সংকেত কঢ়িয়াই আনিছে নদীখনে (Lakhimpur town is in Danger)৷ ৩৬২ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই মথাউৰি ৷ এইদৰেই গৰাখহনীয়া হৈ থাকিলে লখিমপুৰৰ বৃহৎ অঞ্চলসহ ৰঙানদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ এই সন্দৰ্ভত বিগত কেইবাদিনো ধৰি বাতৰি সম্প্ৰচাৰ হৈ আছে যদিও জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ প্ৰচেষ্টাই সুফল দিয়া নাই ৷ এতিয়া জলসম্পদ বিভাগৰ বিৰুদ্ধে বিভিন্ন সংগঠনে ক্ষোভ উজাৰে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.