Cargo Plane Crash in Greece: আকাশমাৰ্গতে অগ্নিকুণ্ডত পৰিণত হ’ল মালবাহী বিমান - গ্ৰীচৰ কাভালা চহৰ
🎬 Watch Now: Feature Video
শনিবাৰে নিশা গ্ৰীচৰ কাভালা চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন কাৰ্গো বিমান (Cargo Plane Crash in Greece) ৷ বিমানখনত আঠজন লোক থকা বুলি জানিবপৰা গৈছে ৷ ইউক্ৰেইনৰ এটা কোম্পানীৰ মালিকানাধীন এণ্টন’ভ এন-১২ নামৰ বিমানখনে ছাৰ্বিয়াৰ পৰা জৰ্ডানলৈ উৰা মাৰিছিল । যান্ত্ৰিক বিজুতিৰ ফলত পাইলটে জৰুৰীকালীন অৱতৰণ কৰিবলৈ বিচাৰিছিল যদিও হেৰাই গৈছিল বিমানখনৰ সংকেত ৷ দুৰ্ঘটনাটোত আঠোজন লোকৰে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST