Gaura Gauri Puja in Durg: মুখ্যমন্ত্ৰীৰ হাতত চাবুকৰ কোব - লোক বিশ্বাস অনুসৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16741634-thumbnail-3x2-chaaaaaaa.jpg)
গৌৰা গৌৰী পূজা উপলক্ষে মঙলবাৰে ছত্তীশগড়ৰ কুমহাৰীত এক ধৰ্মীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল (Bhupesh Baghel at Gaura Gauri Puja in Durg) ৷ এই অনুষ্ঠানৰ ধাৰ্মিক নিয়ম অনুসৰি, চাবুকেৰে এজনে আন এজনক আঘাত কৰে (Gaura Gauri Puja in Kumhari) ৷ লোকবিশ্বাস অনুসৰি, এনে কৰিলে সমস্যাৰ সমাধান হোৱাৰ লগতে ভাগ্য উদয় হয় (CM Baghel gets whipped for states prosperity) ৷ সেয়ে এই অনুষ্ঠানৰ অংশ স্বৰূপে ছত্তীশগড়ৰৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও নিজকে চাবুকেৰে আঘাত কৰে (Chhattisgarh CM Baghel gets whipped) ৷ যি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷
Last Updated : Feb 3, 2023, 8:30 PM IST