Ganja seized in Jorhat: যোৰহাটত গাঞ্জাসহ নগদ 7 লাখ টকা জব্দ - যোৰহাটত গাঞ্জাসহ নগদ 7লাখ টকা জব্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17466149-thumbnail-3x2-jorhat-ganja.jpg)
যোৰহাটত পুনৰ গাঞ্জা জব্দ(Ganja seized in Jorhat) ৷ নগদ 7 লাখ টকাসহ আৰক্ষীয়ে জব্দ কৰে 20 কেজি গাঞ্জা(Cash and Ganja seized by Jorhat Police) ৷ যোৰহাটৰ নাওবৈচাৰ জিতুল বৰাৰ বাসগৃহত অভিযান চলাই জব্দ কৰে গাঞ্জা আৰু ধনখিনি ৷ এক গোপন সুত্ৰৰ ভিত্তিত যোৰহাট আৰক্ষী আৰু চি আৰ পি এফে যৌথ ভাবে চলাইছিল এই অভিযান ৷
Last Updated : Feb 3, 2023, 8:38 PM IST