Burapahar Range in KNP: জীপ ছাফাৰীৰে এইবৰ্ষৰ বাবে মুকলি হ’ল বুঢ়াপাহাৰ বনাঞ্চল - Burapahar forest range opened for tourists
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16955805-thumbnail-3x2-dnkgnh.jpg)
পৰ্যটকৰ বাবে মুকলি হ’ল বুঢ়াপাহাৰ বনাঞ্চল (Burapahar Range in KNP) । আজিৰে পৰা বুঢ়াপাহাৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব পৰ্যটকে (Burapahar forest range opened for tourists)। মহাবাহুৰ নৈসৰ্গিক শোভা বৰ্ধন কৰা কাজিৰঙাৰ হৃৎপিণ্ডস্বৰূপ 'বিগ ফাইভ এনিমেল'ৰ বিচৰণস্থলী বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় । প্ৰথম দিনটোতে বহিঃৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দলে জীপ ছাফাৰীৰে দৰ্শন কৰে বুঢ়াপাহাৰ বনাঞ্চল । বিশ্ব বিখ্যাত এশিঙীয়া গড়, বাঘ, হৰিণ, হাতী, ম’হৰ লগতে টুপী মূৰীয়া বান্দৰৰ বিচৰণস্থলী এই বুঢ়াপাহাৰ বনাঞ্চল ।
Last Updated : Feb 3, 2023, 8:32 PM IST