thumbnail

By

Published : Nov 2, 2022, 7:05 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

Kangana Ranaut at Kaziranga: কটকটীয়া নিৰাপত্তাৰ মাজেৰে কাজিৰঙাত উপস্থিত কংগণা

কটকটীয়া নিৰাপত্তাৰ মাজত মঙলবাৰে নিশা কাজিৰঙাত উপস্থিত হ’ল বলিউদৰ মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱট (Kangana Ranaut at Kaziranga)৷ কাজিৰঙাৰ হংঠৰ ৰিজৰ্টত নিশা কটালে অভিনেত্ৰীগৰাকীয়ে ৷ জানিব পৰা মতে, ৰিজৰ্টখনত(Hongthor Resort Kaziranga) পাঁচদিন বাহৰ পাতিব অভিনেত্ৰীগৰাকীয়ে ৷ অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া আত্মজীৱনীমূলক চিনেমা ইমাৰজেঞ্চিৰ(Kangana Ranaut upcoming film Emergency) বাবে লোকেশ্যন পৰিদৰ্শন কৰিব কাৰ্বি আংলঙকে ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া বিভিন্ন স্থানত ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.