চৰণ পখালি জ্যেষ্ঠজনৰ প্ৰতি সন্মান বিজেপিৰ

By

Published : Oct 8, 2022, 10:49 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
দলৰ ভেঁটি গঢ়োতাৰ প্ৰতি সন্মান । বিজেপি দলক শক্তিশালী কৰাৰ বাবে গোটেইটো জীৱন উচৰ্গা কৰা অসম বিজেপিৰ অৰ্ধ শতাধিক জ্যেষ্ঠ নেতাক আজি সন্মান জনোৱা হয় (Senior leaders of Assam BJP were felicitated)। ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠস্থিত নৱনিৰ্মিত মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত (State BJP new office inauguration) ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৭৫ গৰাকীৰো অধিক জেষ্ঠ কৰ্মকৰ্তাক সন্মান জনোৱা হয় (BJP pays respect to seniors leader)। ১৯৯০ চনলৈকে বিজেপিৰ প্ৰতি সেৱা আগবঢ়োৱা ৰাজ্যৰ জেষ্ঠ কৰ্মকৰ্তাসকলক সম্বৰ্ধনা জনোৱাৰ লগতে চৰণ পখালি সন্মান জনোৱা হয় । মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাই জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ চৰণ পখালি সন্মান জনায় ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.