Athletics training camp: বোকাখাতত এমহীয়া এথলেটিক প্রশিক্ষণ শিবিৰ মুকলি মন্ত্ৰী অতুল বৰাৰ - Atheletics training camp
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16964017-211-16964017-1668761095202.jpg)
বোকাখাতত মন্ত্ৰী অতুল বৰাই শুকুৰবাৰে মুকলি কৰিলে এমহীয়া এথলেটিক প্রশিক্ষণ শিবিৰ(Atul Bora inaugurate Athletics training camp) । বোকাখাত জিলা ক্রীড়া সন্থাৰ এথলেটিক বিভাগ আৰু বোকাখাত জে.ডি.এছ.জি. মহাবিদ্যালয় ক্রীড়া কোষৰ যৌথ উদ্যোগত এমহীয়া এথলেটিক প্রশিক্ষণ শিবিৰ আৰম্ভ হৈছে(One-month athletic training camp) । বোকাখাত মহকুমাৰ বিদ্যালয় সমুহৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে এই প্ৰশিক্ষণ শিবিৰত । ১৮ নবেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই প্ৰশিক্ষণ শিবিৰ ।
Last Updated : Feb 3, 2023, 8:33 PM IST