thumbnail

Bhabesh Kalita on Tollgate: ফৰচুনাৰ গাড়ী ল’ব পাৰিছে যেতিয়া ট’ল দিবই লাগিব !

By

Published : Nov 8, 2022, 12:22 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ফৰচুনাৰ, টয়টা গাড়ী ল’ব পাৰিছে যেতিয়া ট’ল দিবই লাগিব(Tollgate on national hughway)৷ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰি বাজপেয়ীয়ে(Atal Bihari Vajpayee) বনাই থৈ যোৱা চাৰিলেন পথবোৰ মেৰামতিৰ বাবে ট’ল ল’বই লাগিব ৷ টোলগেটৰ সন্দৰ্ভত মঙলবাৰে এইদৰে মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita)৷ তেওঁ কয় যে, ট’লগেটত ট’ল লোৱাটো বৈধ ৷ ৰাষ্ট্ৰীয় ঘাইপথত থকা ট’লগেটত কোনোধৰণৰ চিণ্ডিকেট হোৱা নাই ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.