thumbnail

By

Published : Dec 25, 2022, 10:37 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Asom Natya Sanmilan: স্থাপন হ’ল অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশনৰ লাইখুঁটা

দেওবাৰে স্থাপন কৰা হ’ল অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিৱেশনৰ লাইখুঁটা(Asom Natya Sanmilan) ৷ লাইখুঁটা স্থাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Rajit Kumar Dass) ৷ 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন ৷ উল্লেখ্য যে, 21 বছৰৰ পূৰ্বে বৰপেটাৰোডত অনুষ্ঠিত হৈছিল অসম নাট্য সন্মিলন ৷ সন্মিলনত সৰ্বস্তৰৰ লোক উপস্থিত থাকিব বুলি আশা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ এইবাৰৰ অধিবেশনত সংগীত নাটক একাডেমিৰ নাটক, এন এছ ডিৰ নাটক, শিশু নাটৰ উপৰিও স্থানীয় নাট শিল্পীয়েও কেবাখনো নাট মঞ্চস্থ কৰিব । লগতে থাকিব গ্ৰন্থমেলা আৰু বাণিজ্যমেলা ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.