Bacterial viral conjunctivitis: হঠাৎ প্ৰাদুৰ্ভাৱ ঘটা চকুৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব আপুনি ? - চকু ৰোগ বিশেষজ্ঞ মিনহাজ উদ্দিন আহমেদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 10, 2023, 8:56 PM IST

নগাঁও, ৯ আগষ্ট: ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে হঠাৎ প্ৰাদুৰ্ভাৱ ঘটিছে চকুৰ ৰোগে । অতি কম সময়ৰ ভিতৰতে এজনৰ পৰা আন এজনলৈ বিয়পি পৰে চকুৰ এই ৰোগবিধৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব আপুনি ? পৰিয়ালৰ কোনো লোক এই ৰোগত আক্ৰান্ত হ’লে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব ? 

নগাঁৱৰ চকু ৰোগ বিশেষজ্ঞ মিনহাজ উদ্দিন আহমেদে উল্লেখ কৰা মতে, এই চকু ৰোগবিধক বেক্টেৰিয়েল ভাইৰেল কনজাংটিভাইটিচ বুলি জনা যায় ৷ সাধাৰণতে এই সময়চোৱাত চকুৰ এই ৰোগবিধ হয় ৷ এই ৰোগৰ পৰা বাচিবলৈ প্ৰত্যেকজন লোক পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগিব । চকু লেতেৰা হাতেৰে স্পৰ্শ নকৰিব তথা চানগ্লাছ ব্যৱহাৰ কৰিব লাগে । প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

নগাঁৱৰ চকু ৰোগ বিশেষজ্ঞ মিনহাজ উদ্দিন আহমেদৰ সৈতে ইটিভি ভাৰতৰ নগাঁৱৰ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন...

লগতে পঢ়ক: Conjunctivitis: চকুৰ কনজাংকটিভাইটিছৰ লক্ষণ তথা ল'বলগীয়া সাৱধানতাসমূহ জানি লওক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.