CAA protest in Assam: কা বিৰোধী স্থিতিত অটল AJYP সভাপতি উজ্জ্বল চুতীয়া - Citizenship Amendment Act
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17192157-796-17192157-1670917246297.jpg)
ৰাজ্যত কা বিৰোধী আন্দোলনে ইতিমধ্যে তিনিটা বছৰ অতিক্ৰম কৰিলে(Citizenship Amendment Act) ৷ ২০১৯ চনত আঘোনমহীয়া সোণগুটি ঘৰলৈ চপোৱাৰ সময়তে ভৰপক হৈছিল কা বিৰোধী আন্দোলন ৷ চৌদিশে হিংসাত্মক ৰূপ লৈছিল(3 Years of CAA protest) । ফলস্বৰূপে পাচঁজন তেজাল যুৱকে প্ৰাণ আহুতি দিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছিল । এইক্ষেত্ৰত মঙলবাৰে ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে কা আগতেও মনা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নামানে(AJYCP protest against CAA) ৷
Last Updated : Feb 3, 2023, 8:35 PM IST