AJP leader Dulu Ahmed : কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক ভিক্ষাৰী আখ্যা দুলু আহমেদৰ - অসম জাতীয় পৰিষদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17425259-thumbnail-3x2-dsjfch.jpg)
কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক ভিক্ষাৰী আখ্যা দুলু আহমেদৰ (AJP Vice President Dulu Ahmed)৷ ভিক্ষা খুজি খোৱাটো ৰকিবুল হুছেইনৰ জন্মগত স্বভাৱ বুলি কটাক্ষ কৰি অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে যুৱ কংগ্ৰেছৰ নিৰ্বাচনত সৰু সৰু দলীয় কৰ্মীৰ পৰা খুজি-মাগি খাই ফুৰে ৰকিবুল হুছেইনে (MLA Rakibul Hussain)৷ ইয়াৰোপৰি ৰকিবুল হুছেইনক ধুৰন্ধৰ মানুহ বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৷ উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক লগ কৰিবলৈ যাওতে ৰকিবুল হুছেইন আৰু ৰেকিবুদ্দিন আহমেদক ৰাহুল গান্ধীয়ে কটাক্ষ কৰা বুলিও কটাক্ষ কৰে দুলু আহমেদে (Dulu Ahmed criticised Rakibul Hussain)।
Last Updated : Feb 3, 2023, 8:38 PM IST