thumbnail

By

Published : Oct 13, 2022, 2:13 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

AASU protest in Barpeta: মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে (Protest against price hike)। সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest)। ৰাজ্য চৰকাৰে সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাতো দেখা গ'ল আছুৰ প্ৰতিবাদ । বৃহস্পতিবাৰে বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Barpeta AASU protest against price hike)। ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে আছুৰ প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ'লে আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.