Heat wave in Assam: বঙাইগাঁৱত ৰ’দৰ তাপতে বনালে অ'মলেট - বঙাইগাঁও জিলাৰ মাণিকপুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15834559-thumbnail-3x2-bsdjcvd.jpg)
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপৰ ফলাফল । ভাইৰেল হৈ পৰিছে প্ৰখৰ ৰ’দৰ তাপত অ'মলেট বনোৱাৰ দৃশ্য (Omelette in sunshine) । বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ডাঙাইগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰ’দৰ তাপত বনালে অ'মলেট । এজন ট্ৰাক চালকে প্ৰখৰ ৰ’দৰ মাজত জুই অবিহনে অ'মলেট বনোৱাৰ দৃশ্যটো চৰ্চিত হৈ পৰিছে সৰ্বত্ৰে ।
Last Updated : Feb 3, 2023, 8:24 PM IST