thumbnail

Cocaine seized in Mumbai Airport: শুল্ক বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ কোকেইন

By

Published : Jan 10, 2023, 1:25 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

মুম্বাই বিমানবন্দৰত মংগলবাৰে জব্দ কৰা হয় ২.৮১ কেজি ওজনৰ কোকেইন (2.81 Kg cocaine seized in Mumbai Airport ) ৷ শুল্ক বিভাগে জব্দ কৰে কোকেইনখিনি (Mumbai Airport Customs seized cocaine) ৷ এগৰাকী ভাৰতীয় ব্যক্তিয়ে বেগত কঢ়িয়াই আনিছিল কোকেইনখিনি ৷ কোকেইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৮.১০ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ কোকেইনখিনি জব্দ কৰাৰ লগতে শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰে ব্যক্তিজনকো (cocaine worth Rs 28 10 Cr ) ৷ ইফালে সামাজিক মাধ্যমৰ জড়িয়তে লগ পোৱা কোনো লোকে কোকেইনখিনি কঢ়িয়াবলৈ তেওঁক উচতনি দিয়া বুলি উল্লেখ কৰে ধৃত ব্যক্তিজনে ৷ লগতে তেওঁ হানী ট্ৰেপিঙৰ চিকাৰ হোৱা বুলি শুল্ক বিভাগক লোকজনে স্বীকাৰুক্তি দিছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.