thumbnail

By

Published : Mar 27, 2022, 9:24 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

ইন্ধনৰ অভাৱত অচল নিমাতী আৰু মাজুলীৰ চৰকাৰী ফেৰী সেৱা

ইন্ধনৰ অভাৱত আচল হৈ পৰিছে এতিয়া নিমাতী আৰু মাজুলীৰ ফেৰী সেৱা (Departmental ferry service suspended in Majuli) ৷ বিভিন্ন সমস্যাৰে জৰ-জড়িত যোৰহাট মাজুলী ফেৰী সেৱাই জ্বলাকলা খুৱাইছে সাধাৰণ যাত্ৰীক (Ferry service Suspended between Nimati and Majuli) ৷ অন লাইন কিম্বা অফ লাইন টিকট ক্ৰয় কৰিও যাত্ৰী পাৰা-পাৰ হ’ব পৰা নাই দেওবাৰৰ দিনটোত ৷ পুৱাৰে পৰা বিভাগীয় কৰ্তৃপক্ষৰ চালে-বেৰে কোবোৱা মন্তব্যত অতিষ্ঠ হৈ পৰিছে যাত্ৰীসকল ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.