টেঙাখাত লেংৰাই তিনিকুৰিয়াত বিধ্বংসী অগ্নিকাণ্ড - বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 14, 2022, 9:43 AM IST

Updated : Feb 3, 2023, 8:11 PM IST

টেঙাখাত লেংৰাই তিনিকুৰিয়াত অনাদি গগৈ নামৰ লোকজনৰ ঘৰত দেওবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড(Massive fire at Tengakhat) ৷ বৈদ্যুতিক চৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে (Tengakhat Fire Incident) ৷ চাবুৱা আৰু দুলিয়াজান অগ্নিনিৰ্বাপক বাহিনীৰ লোক যথাসময়ত ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত প্ৰায় পাঁচ লাখ টকাৰ সম্পত্তি জ্বলি ছাৰখাৰ হয় ।
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.