কেৰালাৰ ৰাজপথত পাদয়াপ্পা - পাদয়াপ্পা হৈছে কেৰেলাৰ বনাঞ্চলত থকা এটা দঁতাল বন্য হস্তী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 6, 2022, 3:26 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

এজন দক্ষ আৰু সাহসী বাছ চালকৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল একাংশ যাত্ৰী ৷ ঘটনাটো কেৰালাৰ। বুধবাৰে মুন্নাৰ-উদুমলপেট কেৰালা পথ পৰিবহণ নিগমৰ এখন বাছত গৈ থকা অবস্থাত হঠাৎ মুখামুখী হয় এটা বন্য দঁতাল হাতীৰ সৈতে (Kerala Road Transport Corporation bus had a close encounter with a rogue wild tusker) । বাছখনৰ সন্মুখৰ ভাগৰ কিছু ক্ষয়-ক্ষতি হয় যদিও প্ৰান ৰক্ষা পৰে সকলো যাত্ৰীৰ ৷ এই ঘটনাৰ ফলত বাছখনত থকা যাত্ৰীসকল শংকিত হৈ পৰিছিল ৷ কিন্তু বাছ চালকজনৰ বুদ্ধিমত্তা আৰু সাহসৰ ফলত সেই দুৰ্ঘটনাৰ পৰা সাৰি আহিবলৈ সক্ষম হয় সকলো ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.