Burmese supari Burned in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি - Police burned large quantity of illegal Burmese supari
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14769574-thumbnail-3x2-n.jpg)
কৰিমগঞ্জৰ বদৰপুৰত বদৰপুৰ আৰক্ষীয়ে জ্বলালে কেইবা লাখ টকাৰ বাৰ্মিজ চুপাৰি (Police burned large quantity of illegal Burmese supari) ৷ কিছুদিন পূৰ্বে দৰপুৰ আৰক্ষীয়ে মহাকাল গুদামৰ পৰা জব্দ কৰিছিল এই বাৰ্মিজ চুপাৰিখিনি ৷ শুকুৰবাৰে আদালতৰ নিৰ্দেশত এই জব্দকৃত বাৰ্মিজ চুপাৰিখিনি বদৰপুৰ চক্ৰ বিষয়া তৌহিৰ আলম, বদৰপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ উপস্থিতিত জ্বলাই দিয়া হয় ৷
Last Updated : Feb 3, 2023, 8:20 PM IST