বহুমুখী সমবায় সমিতিৰ জৰিয়তে প্ৰদান কৰা হ'ব পাৰ্বত্য জনজাতিৰ প্ৰমাণপত্ৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 25, 2022, 10:18 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

কাৰ্বি আংলং জিলা প্ৰশাসনৰ বিশেষ উদ্যোগ ৷ বহুমুখী সমবায় সমিতিৰ জৰিয়তে প্ৰদান কৰা হʼব পাৰ্বত্য জনজাতিৰ প্ৰমাণপত্ৰ ৷ কাৰ্বি আংলং জিলাত বসবাস কৰি থকা পাৰ্বত্য জনজাতিৰ লোকসকলক পাৰ্বত্য জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া সহজ কৰি তোলাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । শুকুৰবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি জিলা উপায়ুক্ত দিবাকৰ নাথে জিলা প্ৰশাসনৰ উদ্যোগত হাতত লোৱা 'জইকে পেন চাই কাপাচুন' শীৰ্ষক অভিলাষী আঁচনিখনৰ কথা ঘোষণা কৰে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.