নাৰায়ণপুৰত জয়মতী দিৱস পালন - আজি ৩৪২ সংখ্যক জয়মতী দিৱস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 28, 2022, 10:19 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

আজি ৩৪২ সংখ্যক জয়মতী দিৱস । মহিয়সী সতী জয়মতীৰ মৃত্যুৰ এই পৱিত্ৰ দিনটো সমগ্ৰ ৰাজ্যযুৰি উদযাপন কৰাৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ ভোলাবৰিত পালন কৰিছে দিনযোৰা কাৰ্যসূচীৰে । ৰাজ্য খনৰ ভিতৰতে প্ৰথম ভাগ জয়মতীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ইতিমধ্যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ভোলাবৰিত স্থাপন কৰা হৈছে (jyomoti divas at bihpuria) । আজিৰ এই বিশেষ দিনটোত জয়মতীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰাৰ পাছতে দুপৰীয়া ভাগত অঞ্চলটোৰ গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত হয় মুকলি সভা ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.