বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ শেহতীয়া তথ্য

By

Published : Aug 13, 2020, 7:20 PM IST

thumbnail
বিশ্বত 2,08,06,939 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ বুধবাৰৰ দিনটোতে সমগ্ৰ বিশ্বত 2,84,748 গৰাকীতকৈয়ো অধিক লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ বিশ্বত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 7,51,550 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পায় ৷ বিশ্বৰ ভিতৰতে আটাইতকৈ অধিক কৰ'ণা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে আমেৰিকাত ৷ তাৰ পাচতেই দ্বিতীয় আৰু তৃতীয়তে আছে ব্ৰাজিল আৰু আৰু ভাৰত ৷ ৰাছিয়া আৰু দক্ষিণ আফ্ৰিকাতো কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান সংক্ৰমণ অব্যাহত আছে ৷ বিশ্বৰ ভিন্ন দেশৰ কৰ'ণা আক্ৰান্তৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.