ফল্গুৎসৱ উপলক্ষে উখল মাখল পৰিৱেশ বটদ্ৰৱা থানৰ বাকৰিত - ৰঙৰ উৎসৱ ফাকুৱা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14765177-thumbnail-3x2-dl.jpg)
পাঁচদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৰঙৰ উৎসৱ ফাকুৱা (Holi festival celebrate at Batadrava) । ফল্গুৎসৱ উপলক্ষে উখল মাখল হৈ পৰিছে বিৰাজ কৰিছে বটদ্ৰৱা থানত । বটদ্ৰৱা থানত বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলে অংশগ্ৰহণ কৰে ৷ আনকি বটদ্ৰৱা থানৰ আকাশী গংগাৰ পাৰত নিশা কটাই বহু তীৰ্থযাত্ৰীয়ে ।
Last Updated : Feb 3, 2023, 8:20 PM IST