চৰকাৰলৈ কি আহ্বান প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ কৰ্মচাৰীৰ ? - গুৱাহাটী প্ৰেছ ক্লাৱ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14791558-thumbnail-3x2-vcijn.jpg)
নতুনকৈ প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশীকৰণযোগ্য 2,107 গৰাকী কৰ্মচাৰীক শীঘ্ৰে নিযুক্তি প্ৰদানৰ দাবীৰে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই আয়োজন কৰে এখন সংবাদমেল(Fourth Grade Employees Association Press meet) । সংবাদমেলখনৰ জড়িয়তে সন্থাৰ সম্পাদক মহিদুৰ কবিৰে শীঘ্ৰেই প্ৰাদেশীকৰণযোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলক শীঘ্ৰে নিযুক্তি প্ৰদান কৰিবলৈ চৰকাৰক জনালে আহ্বান ।
Last Updated : Feb 3, 2023, 8:20 PM IST