Raslila in Raha:অসুৰ বধৰ আখৰাত ব্যস্ত ৰহাৰ কটহগুৰি গাঁৱৰ মহিলা - Raslila at Katahguri in Raha

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 5, 2022, 1:29 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ৰাজ্যজুৰি চলিছে ৰাসৰ প্ৰস্তুতি (Preparation of Raslila in Assam)। শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাথো এদিন থকা অৱস্থাত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে সমগ্ৰ ৰাজ্য । ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাও ব্যতিক্ৰম নহয় (Raslila preparation in Nagaon)। জিলাখনৰ ৰহাৰ কটহগুৰি গাঁওখনত পূৰ্ণ গতিত চলিছে অসুৰ বধৰ আখৰা (Raslila at Katahguri in Raha)। ২১ বছৰত উপনীত হোৱা কটহগুৰি ৰাসত ন নৱেম্বৰত মহিলাসকলে পৰিৱেশন কৰিব "মান্ধাতা ৰজাৰ ধৰ্ম পৰীক্ষা " নামৰ ভাওনাখনি । আনহাতে,আঠ নৱেম্বৰত যুৱকসকলে পৰিবৱেশন কৰিব "কেলি গোপাল" নাট (Keli Gopal Bhaona) । তদুপৰি ১০ নৱেম্বৰত স্থানীয় যুৱক-যুৱতী সকলৰ দ্বাৰা মঞ্চস্থ কৰা হ'ব "দানব" নামৰ এখন সামাজিক নাটক । উল্লেখ্য় যে অহা ৭,৮,৯,১০ নৱেম্বৰত কটহগুৰিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হ'ব ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.