Death anniversary of Sudhakantha: বাক্সাত এ জে ৱাই চি পিৰ বৰমা আঞ্চলিকৰ অধিৱেশন - 11th death anniversary of Bhupen Hazarika

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 5, 2022, 3:47 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰমা আঞ্চলিক সমিতিৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ (Fifteenth Biennial Session of Barama AJYCP) সৈতে সংগতি ৰাখি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী (11th death anniversary of Bhupen Hazarika) পালন কৰা হয় ৷ এই উপলক্ষে শনিবাৰে পুৱা ১০ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ বৰমা আঞ্চলিকৰ সভাপতি বাবুল হুছেইনে । ইয়াৰ পিছতেই শ্বহীদ তৰ্পন কৰে সম্পাদক ধীৰাজ বৰ্মনে । উক্ত অনুষ্ঠানটোত সুধাকণ্ঠৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে বাক্সা প্ৰেছ ক্লাৱৰ সভাপতি ধ্ৰুৱ শৰ্মাই । আনহাতে,মাল্যাৰ্পণ কৰে ড৹ মৃদুল ভাগৱতীয়ে ৷ ইয়াৰ পিছতেই সুধাকণ্ঠৰ প্ৰতিকৃতি লৈ ই-ৰিস্কাৰে পৰিভ্ৰমণ কৰা অনুষ্ঠানটো উদ্ধোধন কৰে সমাজকৰ্মী মোহন বৰ্মনে (e-rikswa rally at Bashka) ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.