thumbnail

By

Published : Mar 6, 2022, 8:30 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

Municipal election 2022: বিশ্বনাথ-চতিয়া পৌৰসভাৰ সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰীৰ মন্তব্য

বিশ্বনাথ চাৰিআলি পৌৰ সভা(Municipal election at Biswanath Chariali)ৰ ৯ টা ৱাৰ্ডত ১৯ গৰাকী আৰু চতিয়া পৌৰ সভাৰ ৩ টা ৱাৰ্ডত ৬ গৰাকী প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ভোটদান সম্পন্ন হয় । তেনে সময়তে দুয়োখন পৌৰসভাৰ বিজেপি দখলৈ যোৱা মন্তব্য প্ৰকাশ কৰিলে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকাই । ভোটগ্ৰহন চলি থকা সময়তে চতিয়া পৌৰ সভাৰ ৪ নং ৱাৰ্ডত উপস্থিত হোৱা প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাই ইটিভি ভাৰতক কয়, বিশ্বনাথ চাৰিআলি আৰু চতিয়া দুয়োখন পৌৰ সভা মিত্ৰজোঁটৰ দখলত থাকিব ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.