বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অৰাজকতা ! - Doctors not found on time at Barpeta Civil Hospital in Kalgachia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14435952-592-14435952-1644567991174.jpg)
কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অৰাজকতা(Doctors not found on time at Barpeta Civil Hospital)। পুৱা ৯.৩২ বজাতো হাস্পতালত চিকিৎসক উপস্থিত নোহোৱাৰ অভিযোগ ৰোগীৰ । যাৰ ফলত ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ ৰোগীৰ অভিযোগ মতে, এক পথ দুৰ্ঘটনাত পতিত হোৱা এজন ৰোগী পুৱা ৯ বাজি ৩২ মিনিটত চিকিৎসালয় খনত ভৰ্তি হয় যদিও চিকিৎসক বিচাৰি ব্যৰ্থ হৈ অৱশেষত এখন ফাৰ্মাচীৰ কাষ চাপে ৷ সম্প্ৰতি চিকিৎসকৰ অভাৱত এনেদৰে হাবাথুৰি খাবলগীয়া হৈছে কলগাছিয়াৰ একাংশ ৰোগীয়ে ৷
Last Updated : Feb 3, 2023, 8:11 PM IST