তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ জিএমচিএইছত উপস্থিত জাকিৰ হুছেইন শিকদাৰ - Jakir Hussain
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9635793-thumbnail-3x2-g.jpg)
স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে জি এম চি এইচত উপস্থিত হৈছে বিভিন্ন ৰাজ্যনৈতিক নেতাৰ লগতে গুণমুগ্ধ ৷ জি এম চি এইচত উপস্থিত হৈ ৰাজনৈতিক জীৱনত তৰুণ গগৈৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা সন্দৰ্ভত মন্তব্য কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...