2019 বৰ্ষৰ মিচ ইণ্ডিয়া সুমন ৰাওৰ সৈতে ই টি ভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ - miss india suman rao exclusive interview
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5501651-thumbnail-3x2-a.jpg)
মিচ ইণ্ডিয়াৰ পিছত মিচ ৱৰ্ল্ড বিউটী পেজেন্টৰ মিচ এছিয়া ৱৰ্ল্ডৰ দ্বিতীয় ৰাণাৰ আপ হ'বলৈ সক্ষম হোৱা সুমন ৰাও শেহতীয়াকৈ ৰাজস্থানৰ উদয়পুৰৰ নিজ গৃহত উপস্থিত হয় ৷ নিজ গৃহলৈ যোৱাৰ পিছত ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিজৰ বহু খিনি কথাই উল্লেখ কৰে সুমন ৰাওৱে ৷