ভাইৰেল ভিডিঅ' : ১৪ ফুট দৈৰ্ঘ্যৰ এটা ৰজা ফেঁটি - ভাইৰেল ভিডিঅ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12892881-thumbnail-3x2-jksks.jpg)
গাৰ নোম সিয়ৰি উঠা এটা ভাইৰেল ভিডিঅ' ৷ ভিডিঅ'টো হৈছে দক্ষিণ কানাড়া জিলাৰ আলাদাংগাদি গাঁৱৰ ৷ গাঁওখনত উদ্ধাৰ হৈছে ১৪ ফুট দৈৰ্ঘ্যৰ এটা ৰজা ফেঁটি ৷ সাপডাল উদ্ধাৰ কৰে এগৰাকী সৰ্প বিশেষজ্ঞই ৷ গোপালকৃষ্ণ নামৰ এগৰাকী লোকৰ ফাৰ্ম হাউচত উদ্ধাৰ এই সাপডাল ৷ পৰৱৰ্তী সময়ত সাপডাল মুকলি কৰি দিয়া হয় স্থানীয় এখন অৰণ্যত ৷